Install App
gugamukhlive
This browser does not support the video element.
ধেমাজি: ধেমাজিত আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান, অভিযানত এজন লোকক আটক কৰা লগতে সন্দেহযুক্ত হেৰ'ইন জব্দ
Dhemaji, Dhemaji | Sep 10, 2025
ধেমাজিত আৰক্ষীৰ নিচাযুক্ত দ্ৰব্য বিৰোধী অভিযান, অভিযানত এজন লোকক আটক কৰা লগতে সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম আৰক্ষীৰ।জিলাৰ আৰক্ষীয়ে বিভিন্ন সময়ত ৰাইজৰ নিচাযুক্ত দ্ৰব্য বিৰোধীতাৰে বিভিন্ন সজাগতা সভা অনুষ্ঠিত কৰি এখন সুন্দৰ সমাজ গঢ়িবলৈ চেষ্টা চলাই থকা সমান্তৰালভাৱে অব্যাহত ৰাখিছে নিচাযুক্ত দ্ৰব্য বিৰুদ্ধে অভিযান।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!