Download Now Banner

This browser does not support the video element.

আমগুৰি: বাৰেকুৰি সমস্যাৰে জৰ্জৰিত টিফুক চাহ বাগিছাৰ আমেৰিকা লাইন আৰু ১৩ নং লাইনৰ ৰাইজ, দলং নিৰ্মাণৰ দাবী #jansamasya

Amguri, Sivasagar | Sep 5, 2025
বাৰেকুৰি সমস্যাৰে জৰ্জৰিত টিফুক চাহবাগিছাৰ আমেৰিকা লাইন আৰু ১৩ নং লাইনৰ ৰাইজৰ। আমগুৰিৰ বৰচিলা গাঁ‌ও পঞ্চায়তৰ অন্তৰ্গত আমেৰিকা লাইন আৰু তেৰ নং লাইনৰ সংযোগী পথৰ দুৰৱস্থাই ৰাইজক বাৰুকৈয়ে যমৰ যাতনা ভুগাইছে।পথৰ জৰাজীৰ্ণ ৰূপ।পকী খুটাইদি চলিছে যাতায়াত।নাই পুলৰ ব্যৱস্থা।চৰকাৰৰ দ্বাৰা অৱহেলিত হোৱাৰ হেতুকে গাঁ‌ওখনে উন্নয়নৰ মুখ দেখা নাই।এফালে যদি পকী খুটাইদি যাতায়াত আনফালে আকৌ পকী খুটাই দি চলিছে যাতায়াত।শুক্ৰবাৰে ৰাইজৰ প্ৰতিক্ৰিয়া।
Read More News
T & CPrivacy PolicyContact Us