লখিমপুৰৰ আহুচাউল গাঁৱত গণেশ চতুৰ্থী উপলক্ষে বুধবাৰে নিশা দিহা নাম পৰিবেশন অনুষ্ঠান অনুষ্ঠিত হয়।আজি গণেশ চতুৰ্থীৰ ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত গণেশ চতুৰ্থী । সমান্তৰালভাৱে লখিমপুৰতো গণেশ চতুৰ্থী পালন । লখিমপুৰৰ আহুচাউল গাঁৱতো গণেশ চতুৰ্থী পালন । গণেশ চতুৰ্থী ৰ লগত সংগতি ৰাখি নিশা অনুষ্ঠিত হয় দিহা নাম পৰিবেশন অনুষ্ঠান অনুষ্ঠিত হয় । এই দিহা নাম পৰিবেশন অনুষ্ঠানত এহেজাৰতকৈয়ো অধিক লোক উপস্থিত থাকে বুলি জানিব পৰা গৈছে ।