Download Now Banner

This browser does not support the video element.

নলবাৰী: গোপালবজাৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল CCTV ত ,উপস্থিত আৰক্ষী

Nalbari, Nalbari | Sep 2, 2025
নলবাৰীৰ গোপালবজাৰত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাৰ দৃশ্য বন্দী হ’ল CCTV ত । ডিভাইডাৰত খুণ্ডিয়াই ৰাজপথত বাগৰিল চাৰিচকীয়া বাহন।ইফালে ঘটনা স্থলীত উপস্থিত হয় নলবাৰী আৰক্ষী
Read More News
T & CPrivacy PolicyContact Us