Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: '২০২৬ৰ নিৰ্বাচনত ৯০ খন আসন দখল কৰিবলৈ সক্ষম হ’ব বিজেপি', জিলা কাৰ্যালয়ত ৰাজ্যিক সাধাৰণ সম্পাদকৰ মন্তব্য

Dibrugarh East, Dibrugarh | Jun 26, 2025
ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ নৱনিযুক্ত সাধাৰণ সম্পাদক ৰিতুপৰ্ণ বৰুৱাক আজি ডিব্ৰুগড় জিলা বিজেপিয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷দলৰ আদৰণি গ্ৰহণ কৰি কংগ্ৰেছ চৰকাৰৰ দিনত হোৱা দুৰ্নীতি, ভ্ৰষ্টাচাৰ, অপশাসন ব্যৱস্থাক সমালোচনা কৰি  ২০২৬ ৰ বিধানসভা নিৰ্বাচনত ৯০ খন আসন দখল কৰিবলৈ বিজেপি দল সক্ষম হ’ব বুলি কয়
Read More News
T & CPrivacy PolicyContact Us