This browser does not support the video element.
ৰঙিয়া ভাগ: ৰঙিয়াত যুৱতীক অশ্লীল প্ৰস্তাৱ অচিনাক্ত যুৱকৰ ,হোৱাটছএপত আপত্তিজনক ফটো প্ৰেৰণ,ৰঙিয়া থানাত এজাহাৰ দাখিল
Rangia Part, Kamrup | Sep 12, 2025
ৰঙিয়াত যুৱতীক অশ্লীল প্ৰস্তাৱ অচিনাক্ত যুৱকৰ ।হোৱাটছএপত আপত্তিজনক ফটো প্ৰেৰণ কৰি অশ্লীল বাৰ্তা প্ৰেৰণ যুৱতীগৰাকীলৈ। শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা জনালে ভুক্তভোগীয়ে। ফোন আৰু মেচেজ কৰি আইফোন দিয়াৰ প্ৰলোভন দেখুৱাই অচিনাক্ত যুৱকে। ইতিমধ্যে ৰঙিয়া আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। অশ্লীল প্ৰস্তাৱ দিয়া যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে যুৱতীগৰাকীয়ে