Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: দলে সিদ্ধান্ত ললে ময় দতমা সমষ্টিৰ পৰা থিয় হম দতমাত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই প্ৰচাৰ চলাই মন্তব্য
Kokrajhar Part, Kokrajhar | Aug 31, 2025
দলে সিদ্ধান্ত ললে ময় দতমা সমষ্টিৰ পৰা থিয় হম। দতমা পৰিষদীয় সমষ্টিত বিটিআৰ প্ৰধান প্ৰমোদ বড়োই নিৰ্বাচনত থিয় হব বুলি চৰ্চাৰ উপৰত আজি মন্তব্য এনে কৰে প্ৰমোদ বড়োই। দেওবাৰে দিনৰ ২ বজাত দোতমাত ইউপিপিএল দলৰ এখন সভাত উপস্থিত থাকি মন্তব্য কৰে প্ৰমোদ বড়োই। বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ তৎপৰ হৈছে ৰাজনৈতিক দল সমুহ । ঠিক সেইদৰে ইউপিপিএল দলও আৰম্ভ কৰিছে ব্যাপক তৎপৰ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!