Install App
mobarak.officialpage
This browser does not support the video element.
জলহ ভাগ: আজি ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাখলিৰপাৰত আধাৰশিলা স্থাপন কৰে বিটি চৰকাৰৰ ইএম গৌতম দাস
Jalah Part, Baksa | Aug 26, 2025
আজি ২০ নং মথনগুৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জাখলিৰপাৰত আধাৰশিলা স্থাপন কৰে বিটি চৰকাৰৰ ইএম গৌতম দাস । দীৰ্ঘদিন ধৰি ৰাইজে ভুগি অহা কষ্টৰ বিষয়ে অৱগত হোৱাৰ পিছতে এই পথছোৱা অনতিপলমে কৰাৰ বাবে ৰাইজক প্ৰতিশ্ৰুতি জনাইছিল আৰু সেই প্ৰতিশ্ৰুতি মৰ্মে আজি এই পথটোৰ নিৰ্মাণৰ কামৰ শুভাৰম্ভনি কৰে বিটিআৰৰ চৰকাৰৰ ইএম গৌতম দাসে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!