This browser does not support the video element.
ঘগ্ৰাপাৰ ভাগ: নলবাৰীৰ ঘগ্ৰাপাৰৰ পূৱ নলবাৰী কেন্দ্ৰীয় সাৰ্ব্বজনীন দূৰ্গা পূজাৰ কাৰ্যালয় মুকলি
Ghograpar Part, Nalbari | Sep 9, 2025
অহা ২৮ ছেপ্টেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মহা আয়োজন কৰা বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ "৩১ তম পূৱ নলবাৰী কেন্দ্ৰীয় সাৰ্ব্বজনীন দূৰ্গা পূজা"খনীৰ আজি সন্ধিয়াভাগত পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজৰ উপস্থিতিত অস্থায়ী কাৰ্যালয় মুকলি কৰা হয়,উক্ত কাৰ্য্যসূচীত উপস্থিত থাকে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱা ।