This browser does not support the video element.
সোণাৰি: শালকাঠনী চাহ বাগিচাত আদৰ্শ বিদ্যালয় নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ কৰি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান সংগঠনৰ
Sonari, Charaideo | Oct 6, 2025
চৰাইদেউ জিলাৰ সোণাৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত শালকাঠনি চাহ বাগিচাত কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা আদৰ্শ বিদ্যালয়ৰ নামত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে। যি কোনো মূহুৰ্তত খহি পৰিব পাৰে নিৰ্মাণৰত পকী ৱাল। অভিযোগ অনুসৰি অতি নিম্ন মানৰ বালি , শিল আৰু ইটা ব্যৱহাৰ কৰাৰ ফলত ফাট মেলিছে পকী ৱালত। হাতেৰে লৰাই দিলেই পৰি যোৱাৰ উপশম হৈছে পকী ৱাল।আজি উক্ত বিদ্যালয় খন পৰিদৰ্শন কৰি আটছা সাপেখাতী শাখা আৰু চৰাইপুং আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববিয়াই অতি শী