This browser does not support the video element.
ধেমাজি: জোনাইত উদয়পুৰৰ এঘৰত দিন দুপৰতে চোৰৰ লুটপাত, ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত
Dhemaji, Dhemaji | Aug 25, 2025
জোনাইত উদয়পুৰৰ এঘৰত দিন দুপৰতে চোৰৰ লুটপাত, ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত সোমবাৰে আবেলি প্ৰায় 6 মান বজাত সংবাদ মাধ্যমক ভুক্ত ভুগীয়ে অৱগত কৰোৱাৰ অনুসৰি জোনাই থানা অন্তৰ্গত উদয়পুৰৰ এঘৰ লোকৰ ঘৰত দিন দুপৰতেই চুৰে চুৰ কৰি প্ৰায় ৬ লক্ষ্যাধিক টকাৰ সোণৰ আ-অলংকাৰ চুৰি কৰি নিয়া অভিযোগ ।অভিযোগ পিছত সন্ধিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত