This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: লখিমপুৰত ভয়ংকৰ ম’ৰেল পুলিচিঙৰ ঘটনা,
মৰিয়াই মৰিয়াই এজন ছাত্ৰক হত্যা কৰা অভিযোগ, নৰাগাঁৱত ন্যায় দাবী পৰিয়ালৰ
North Lakhimpur, Lakhimpur | Aug 27, 2025
লখিমপুৰত ভয়ংকৰ ম’ৰেল পুলিচিঙৰ ঘটনা, মৰিয়াই মৰিয়াই এজন ছাত্ৰক হত্যা কৰা অভিযোগ, বুধবাৰে নৰাগাৱত ন্যায় দাবী যুৱক জনৰ পৰিয়ালৰ ।ছাত্রজন লখিমপুৰৰ নৰাগাঁৱৰ চন্দন হাজৰিকা নিশা বন্ধুৰ সৈতে পাৰ্টি কৰাৰ সময়তে সংঘাত হৈছিল একাংশ লোকৰ সৈতে কাজিয়াত গুৰুতৰভাৱে আহত হৈছিল চন্দন।প্রহৃত চন্দনে মাজনিশা ঘৰ সোমাই শুই পৰিছিল পুৱা স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ছাত্রজনক পিছত চিকিৎসা্লয়ত চন্দনক মৃত ঘোষণা কৰিছিল চিকিৎসকে ঘটনাক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা পানীগাঁও আৰক্ষীৰ