This browser does not support the video element.
কদম: চিয়াজুলিৰ চাহ বাগিচাত কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন
Kadam, Lakhimpur | Sep 6, 2025
লখিমপুৰৰ চিয়াজুলি চাহ বাগিচাত কেন্দ্ৰীয় কৰম উৎসৱ উদযাপন। কৰম পূজাৰ বিনন্দীয়া পৰিৱেশ সৃষ্টি হয় শনিবাৰে সন্ধিয়া লখিমপুৰৰ চিয়াজুলী চাহ বাগিছাত । লখিমপুৰ জিলাৰ চিয়াজুলী চাহ বাগিছা সমূহ ৰাইজৰ সহযোগত আজি এদিনীয়া কাৰ্য্যসূচীৰে উদযাপন হয় চাহ জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ কৰম উৎসৱ ।