Install App
usr509065
This browser does not support the video element.
মৰাণ: খোৱাঙৰ গেমন দলঙৰ সমীপত অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এজন পথচাৰী
Moran, Dibrugarh | Aug 26, 2025
খোৱাঙৰ গেমন দলঙৰ সমীপত অচিনাক্ত বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত এজন পথচাৰী।ঘটনা সংঘটিত কৰি পলায়ন বাহনৰ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত ব্যক্তিজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!