This browser does not support the video element.
সোণাৰি: ঐতিহাসিক চৰাইদেউ সোণাৰিত স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি, সোণাৰিত জনালে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
Sonari, Charaideo | Sep 25, 2025
ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত স্থাপন কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি এই কথা জনালে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। ২০ ফুট উচ্চতাৰে নিৰ্মাণ কৰা হ'ব প্ৰতিমূৰ্ত্তিটো। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে জনপ্ৰিয় কণ্ঠশিল্পী, অসমীয়াৰ হৃদপিণ্ড হিয়াৰ আমঠু হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যুত শোকত ভাগি পৰিছে সকলো। এইবাৰ হাৰ্টথ্ৰৱ গৰাকীৰ স্মৃতিত সোণাৰিত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি। দল-সংগঠনৰ পৰামৰ্শ লৈ উপযুক্ত স্থানত স্থাপন কৰা হ'ব প্ৰতিমূৰ্ত্তিটো। সোণাৰিত এই কথ