Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: বিটিচি ত কৌটি কৌটি টকা দিয়াৰ পিছতো উন্নয়নত বিফল মুখ্যমন্ত্ৰীৰ মন্তব্যৰ ওপৰত তাৰনগুৰিত মন্তব্য প্ৰমোদ বড়োৰ
Kokrajhar Part, Kokrajhar | Sep 11, 2025
নিজৰ ৰাজনৈতিক লাভালাভ কৰিবলৈ বহু কথা কব পাৰে। বৃহস্পতিবাৰে বড়ো ভূমিত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে কৌটি কৌটি টকাৰ বিটিআৰ ত দিয়াৰ পিছতো সৰ্বাংগীন উন্নয়ন বিফল হোৱা বুলি মন্তব্য ৰ উপৰত এনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োই। বৃহস্পতিবাৰে আবেলি ৩ বজাত চালাকাতি ৰ তাৰণগুৰিত অনুষ্ঠিত নিৰ্বাচন প্ৰচাৰ সভাত এনে মন্তব্য প্ৰদান কৰে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!