This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: আমতলাত অপৰিৱৰ্তিত বান পৰিস্থিতি, ৰঙানদীৰ মথাউৰি ছিগাৰ ফলত বানাক্ৰান্ত প্ৰায় ১২শ পৰিয়াল
North Lakhimpur, Lakhimpur | Jun 1, 2025
লখিমপুৰত দেওবাৰে অ-পৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। লখিমপুৰ জিলাৰ পানীগাঁৱৰ আমতলাত শনিবাৰে নীপকো সৃষ্ট ৰঙানদীৰ বাঢ়নী পানীয়ে ছিঙিছিল মথাউৰি । আমতলাত ৰঙানদী মথাউৰি ছিঙাৰ ফলত জলমগ্ন হৈ পৰিছিল প্ৰায় ১২ শ পৰিয়াল । দেওবাৰেও আমতলাত অপৰিবৰ্তিত হৈ আছে আমতলাত বান পৰিস্থিতি । বানাক্ৰান্ত ৰাইজে ৰঙানদীৰ মথাউৰিত আশ্ৰয় লবলগীয়া এক পৰিস্থিতি সৃষ্টি হয় ।