Install App
saidulislamkarbianglong
This browser does not support the video element.
ডিফু: সোমবাৰে দিনৰ তিনি বজাত সংবিধানৰ ১২৫ সংশোধনী আৰু ২৪৪(ক)ৰ দাবীলৈ নতুন দিল্লীত গৃহ মন্ত্ৰীক স্মাৰক পত্ৰ অৰ্পণ
Diphu, East Karbi Anglong | Sep 8, 2025
কাৰ্বি আংলঙৰ বিভিন্ন সমস্যালৈ নতুন দিল্লীলৈ যোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ নেতৃত্বাধীন টীম কাৰ্বি আংলঙৰ সঁজাতি দলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত ছাহক সাক্ষাৎ কৰে ৷ সাক্ষাৎ কালত সঁজাতি দলটোৱে সংবিধানৰ ১২৫ সংখ্যক সংশোধনী আৰু ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক)ৰূপায়নক কৰাৰ বাবে এখনি স্মাৰক পত্ৰ অৰ্পণ কৰে ৷
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!