This browser does not support the video element.
বাক্সা: মথনগুৰি ব্লক বিপিএফৰ কাৰ্যালয়ত আজি BPF দলত যোগদান কাৰ্যসূচী
Baska, Baksa | Sep 13, 2025
মথনগুৰি ব্লক বিপিএফৰ কাৰ্যালয়ত আজি BPF দলত যোগদান কাৰ্যসূচী। আজি হটাপাৰাত বিপিএফৰ কাৰ্যালয়ত অৰ্ধশতাধিক লোকে বিপিএফৰ প্ৰতি আকৰ্ষিত যোগদান কৰে ।যোগদান কাৰ্যসূচীত উপস্থিত থাকে বিপিএফৰ মথনগুৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী বেগম আখতাৰা আহমেদ লগতে উপস্থিত থাকে মথনগুৰী মণ্ডল বিপিএফৰ বিভিন্ন প্ৰৰ্যায়ৰ বিষয়ববীয়া সকলে ।