Download Now Banner

This browser does not support the video element.

মৰাণ: কেইবাটাও দল- সংগঠনৰ উদ্যোগত মৰাণৰ  হিংৰিজান চাহ বাগিচাত সমদল বাহিৰ কৰি শ শ ৰাইজৰ জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি

Moran, Dibrugarh | Sep 24, 2025
অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ আকস্মিক মৃত্যুত আজিও শোকস্তব্ধ  সমগ্ৰ ৰাজ্যবাসী ৷ আজি মৰাণৰ হিঙিজান চাহ বাগিচাত মমবাতি জ্বলাই প্ৰিয় শিল্পী গৰাকীৰ আত্মাৰ সদগতিৰ বাবে এক মৌন সমদল উলিয়ায় শ শ ৰাইজে।
Read More News
T & CPrivacy PolicyContact Us