Download Now Banner

This browser does not support the video element.

সোণাৰি: টিয়কত চুৰি কাৰ্য ঘটনা, নগদ ধন সহ এখন দোকানৰ সামগ্ৰী লৈ উধাও চোৰ

Sonari, Charaideo | Sep 11, 2025
চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত এতিয়া দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ। নিশা হ'লেই চুৰে ঠায়ে ঠায়ে সংঘটিত কৰি আহিছে চুৰি কাৰ্য। এই ক্ষেত্ৰত আৰক্ষীয়ে সময়ে সময়ে বহু চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজুতলৈ প্ৰেৰণ কৰি আহিছে যদিও সোণাৰি নগৰ খনত ৰোধ কৰিবলৈ সক্ষম হোৱা নাই চোৰৰ উপদ্ৰপ। আজি টিয়ক ৰজাবাৰীত সংঘটিত হৈছে চুৰি ঘটনা। টিয়ক ৰজাবাৰীৰ আব্দুল হামিদ নামৰ লোকজনৰ দোকানত সংঘটিত হয় এই ঘটনা। দোকানখনৰ তলা ভঙা দেখা পায় আৰু । চোৰে দোকানখনৰ
Read More News
T & CPrivacy PolicyContact Us