This browser does not support the video element.
ডিফু: ডিফুত কাকৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ ডলামৰা মালাচী হাইস্কুলৰ সঁজাতি দলৰ
Diphu, East Karbi Anglong | Aug 22, 2025
শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত ডিফুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবীক সাক্ষাৎ কৰে ডলমৰা মালাচী হাইস্কুলৰ সঁজাতি দলে ৷ মালাচী হাইস্কুলৰ অধ্যক্ষৰ নেতৃত্বত সঁজাতি দলটোত আছিল বিদ্যালয় উন্নয়ন সমিতি আৰু ষ্টাফ ৷ ইএম গৰাকীয়ে সঁজাতি দলটোৰ পৰা বিদ্যালয়খনৰ অভাৱ -অভিযোগবোৰ গুৰুত্ব সহকাৰে শুনে আৰু সেইবোৰ সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে ৷