This browser does not support the video element.
ডিফু: মাঞ্জাত নৃশংস হত্যাৰ বলি হোৱা নেহকাম জামহাওৰ আজিও ওলোৱা নাই মৃতদেহ মাঞ্জাত থাড' কাৰ্বি আৰু ডিমাছা ছাত্ৰ সন্হাৰ প্ৰতিবাদ
Diphu, East Karbi Anglong | Sep 3, 2025
বুধবাৰে দিনৰ ১২ বজাত মাঞ্জাত মাঞ্জাৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা থাড' সম্প্ৰদায় নেহকামৰ ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে থাড' কাৰি আৰু ডিমাছা ছাত্ৰ সন্থাই ৷ উল্লেখযোগ্যযে যোৱা ২৯ আগষ্টৰ নিশা কুকি উগ্ৰপন্থী সংগঠন কেআৰএ খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰিছিল মাঞ্জা কুকি কলনিৰ সুলভ মূল্যৰ দোকান দি চলি থকা নেহকাম জামহাওক ৷ এই হত্যাকাণ্ডৰ প্ৰতিবাদত আজি মানজাত থাড জনজাতিৰ লোক সকলৰ লগতে কাৰবি ছাত্ৰ সন্হা আৰু ডিমাছা ছাত্ৰ সন্হাই প্ৰতিবাদ কৰি মৃতদেহ উদ্ধাৰ কৰি পৰিয়ালক চমজাই