Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মন্

Rangia Part, Kamrup | Sep 25, 2025
ৰঙিয়াৰ তুলসীবাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ। যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা বৃহস্পতিবাৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে উল্লেখ কৰে। পূৰ্বতে ভালেকেইজন শিক্ষক অৱসৰ লৈছিল এইখন বিদ্যালয়ৰ পৰাই। এতিয়ালৈ পুৰণ হোৱা নাই সেই শিক্ষকৰ খালী পদ। ইয়াৰ ভিতৰত তিনিবছৰ পূৰ্বে ঐচ্ছিক অসমীয়াৰ শিক্ষয়িত্ৰী নিযুক্তি দিছিল।এতিয়া সেই শিক্ষয়িত্ৰী গৰাকীক এই বিদ্যালয়ৰ পৰাই অন্য বিদ্যালয়লৈ বদলি কৰাৰ নিৰ্দেশ আহিছে বিভাগীয় কৰ্তৃপক্ষৰ পৰা।
Read More News
T & CPrivacy PolicyContact Us