Install App
shivbhakti
This browser does not support the video element.
হাজো: আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল হাজোৰ দামপুৰৰ জীয়ৰী অভিনেত্ৰী নাজ শ্বেইখ,দামপুৰৰ ঘৰত আনন্দৰ পৰিৱেশ
Hajo, Kamrup | Sep 12, 2025
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল হাজোৰ দামপুৰৰ জীয়ৰী অভিনেত্ৰী নাজ শ্বেইখ। শুকুৰবাৰে দামপুৰৰ ঘৰত আনন্দৰ পৰিৱেশ। ৮২ সংখ্যক ‘ভেনিচ ফিল্ম ফেষ্টিভেল’ত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ Songs of Forgotten Trees ছবিৰ পৰিচালক অনুপৰ্না ৰয়ৰ।এই ছবিখনতেই মুখ্য চৰিত্ৰত অভিনয় কৰিছে হাজোৰ দামপুৰৰ জীয়ৰী অভিনেত্ৰী নাজ শ্বেইখে।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!