This browser does not support the video element.
ওদালগুৰি: 40নং ৰৌতা পৰিষদীয় সমষ্টিৰ কছাৰীচনত , বিপিএফ দলৰ প্ৰাৰ্থী চৰন বড়োৰ বিশাল জন সভা
Udalguri, Udalguri | Sep 10, 2025
নিলুতক কটাক্ষ চৰন বড়োৰ ----তোমাৰ ঘৰলৈ যোৱা পথটো কোন বিধায়কে বনাইছে । -=============== সমগ্ৰ বিটিআৰতে বলিছে নিৰ্বাচনৰ গৰম বতাহ । অভিযোগ প্ৰতি অভিযোগেৰে গৰম কৰি তুলিছে বিটিআৰৰ নিৰ্বাচনী প্ৰচাৰাভিযান । 40ৰৌতা পৰিষদীয় সমষ্টি ত এইবাৰ যুজ হব দুই শক্তিশালী যুৱ নেতা ক্ৰমে বিপিএফৰ চৰন বড়ো আৰু ইউপিপিএলৰ নিলুত স্বৰ্গীয়াৰীৰ মাজত । দূই যুৱনেতাই সমষ্টিটোত প্ৰচাৰাভিযান তীব্ৰ কৰি তুলিছে । দুই যুৱ নেতাৰ নিৰ্বাচনী বাকযুদ্ধ আকৰ্ষনীয় হৈ উঠিছে ।