ঢেকীয়াজুলিত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাত কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় এগৰাকী লোক ৷ উল্লেখ্য যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিত দুখন মটৰচাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনা ৷ উক্ত পথ দুৰ্ঘটনাত কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় এগৰাকী লোক ৷ লক্ষ্যনীয় বিষয় এয়াই যে শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত দৈনিক বৃদ্ধি পাইছে পথ দুৰ্ঘটনা ৷