This browser does not support the video element.
উত্তৰ লক্ষীমপুৰ: ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে বেদখল কৰি সজা ঘৰত উচ্ছেদ চলাই ভাঙিলে লখিমপুৰ বন বিভাগে
North Lakhimpur, Lakhimpur | Aug 24, 2025
অসমৰ মাটিত অৰুনাচলৰ আগ্ৰাসন অব্যাহত ।ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীয়ে বেদখল কৰি সজা ঘৰত দেওবাৰে উচ্ছেদ চলাই ভাঙিলে লখিমপুৰ বন বিভাগে । লখিমপুৰৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ কাছজুলি বন খণ্ডৰ অন্তৰ্গত গাভৰু নদীৰ পাৰত অৰুনাচলী লোকে ঘৰ বনাই অসমৰ মাটি বে আইনীভাৱে দখল কৰিছিল । অৰুণাচলীয়ে সজা ঘৰ আজি লখিমপুৰ বন বিভাগে আৰক্ষীৰ বৃহৎ দলৰ উপস্থিতিত বুলডজাৰৰ সহায়ত ভাঙি উচ্ছেদ চলাই ।