Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: কটাহকুছি গাঁওৰ আৰু বিলপাৰ গাঁৱৰ আদৰ্শ অঙ্গনবাদী কেন্দ্ৰ দুয়োটাৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা অনুষ্ঠান

Ghograpar Part, Nalbari | Sep 6, 2025
বিজেপি ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত কটাহকুছি গাঁওৰ আৰু বিলপাৰ গাঁৱৰ আদৰ্শ অঙ্গনবাদী কেন্দ্ৰ দুয়োটাৰ নিৰ্মাণ কাৰ্য্যৰ আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানত উপস্থিত থাকে ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱা আৰু স্থানীয় ৰাইজ।
Read More News
T & CPrivacy PolicyContact Us