This browser does not support the video element.
লংকা: ২ ছেপ্টেম্বৰত হোজাই সমষ্টিলৈ আহিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, লংকাত বিধায়ক শিবু মিশ্ৰৰ মন্তব্য
Lanka, Hojai | Aug 23, 2025
অহা ২ চেপ্তেম্বৰত হোজাই সমষ্টিলৈ আহিৱ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লংকাত জানিবলৈ দিয়ে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই। ২ চেপ্তেম্বৰত হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সন্মূখত থকা খেলপথাৰত মহিলা উদ্যমীতা আচনী অনুষ্ঠানত অংশগ্রহণ কৰিব মুখ্যমন্ত্ৰী গৰাকীয়ে।পুনৰ ১৮ চেপ্তেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী লামডিং সমষ্টিলৈ আহি মহিলা উদ্যামীতা আচনী অনুষ্ঠানত মহিলাসকলক চেক বিতৰণ কৰিৱ।