This browser does not support the video element.
ডিফু: ডিফুত 'আনহাৰ্ড ভইচ' শীৰ্ষক গ্ৰন্থ উন্মোচন কাকৰ ইএম সূৰ্য ৰংফাৰৰ
Diphu, East Karbi Anglong | Aug 25, 2025
সোমবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত ডিফুত UNHEARD VOIC' শীৰ্ষক গ্ৰন্থ উন্মোচন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ইএম সূৰ্য ৰংফাৰে ৷ ডিফুৰ প্ৰকাশিত দৈনিক ইংৰাজী বাতৰিলকাকত THE DRONGO EXPRESS অষ্টম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি এই গ্ৰন্থখন উন্মোচন কৰা হৈছে ৷ আজিৰ উন্মোচনী সভাত কাকত খনৰ সম্পাদক ৱাটচন হাঞ্চ ওৱেলচিং হাঞ্চে আৰু হনপি হেলভেলিনপী উপস্থিত থাকে বুলি জানিব পৰা গৈছে ৷