Download Now Banner

This browser does not support the video element.

ধেমাজি: জোনাইত মিচিং বোলছবি Miro2 শুভ উদ্বোধন অনুষ্ঠান, উপস্থিত জোনাই বিধায়ক ভূৱন পেগু

Dhemaji, Dhemaji | Sep 12, 2025
জোনাইত মিচিং বোলছবি Miro2 শুভ উদ্বোধন অনুষ্ঠান, উপস্থিত জোনাই বিধায়ক ভূৱন পেগু শুকুৰবাৰে নিশা প্ৰায় ৮ মান বজাত মিচিং বোলছবি Miro2 শুভ মুক্তি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আজি উক্ত অনুষ্ঠানত মিচিং ৰাইজক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা লগতে আগন্তুক দিনত মিচিং চিনেমা জগত খনক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা হয়।
Read More News
T & CPrivacy PolicyContact Us