Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: বড়িদতৰাত চলি থকা ফুটবল খেলত মুকালমুৱা মাছা ফাইনেলত প্ৰৱেশ

Ghograpar Part, Nalbari | Sep 18, 2025
বড়িদতৰাৰ নৱজ্যোতি সংঘৰ উদ্যোগত বিষ্ণু ৰাম মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত চলি থকা হৰিমল ডেকা আৰু ডাঃ চিৰাজ উদ্দিন আহমেদ সোঁৱৰণী চতুৰ্দশ বাৰ্ষিক চলন্ত ট্ৰফী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ আজি দ্বিতীয়খন ছেমিফাইনেল খেলত মুকালমুৱা - মাছা আৰু বঙাইগাঁও এফ চিৰ মাজত অনুষ্ঠিত হয় ৷
Read More News
T & CPrivacy PolicyContact Us