Download Now Banner

This browser does not support the video element.

ঘগ্ৰাপাৰ ভাগ: ঘগ্ৰাপাৰত নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ ১০ কেজি গাঞ্জাসহ নগদ ধন জব্দ

Ghograpar Part, Nalbari | Aug 7, 2025
নলবাৰী ঘগ্ৰাপাৰত নৈশ বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ৷তিনিচুকীয়াৰ পৰা শিলিগুৰিলৈ যোৱা নৈশ বাছত কঢ়িয়াই আনিছিল গাঞ্জাখিনি৷নলবাৰী আৰক্ষীয়ে পুৱতি নিশাৰ পৰা নাকা তালাচী চলাই গাঞ্জা সহ আটক এজন গাঞ্জা সৰবৰাহকাৰীক৷আৰক্ষীয়ে জব্দ কৰিছে ১০ কেজি গাঞ্জাৰ লগতে নগদ ধন৷
Read More News
T & CPrivacy PolicyContact Us