Download Now Banner

This browser does not support the video element.

ৰঙিয়া ভাগ: ৰঙিয়াৰ সাহানত ৰে'লপথত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ, মৃত যুৱকজন ৰঙিয়া সহানৰ ২১ বছৰীয়া মৃদুল আলী

Rangia Part, Kamrup | Sep 9, 2025
মঙলবাৰে ৰঙিয়াৰ সাহানত ৰে'লপথত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন হ'ল ৰঙিয়া সহানৰ ২১ বছৰীয়া মৃদুল আলী। ৰে'লপথৰ ওপৰত প্ৰত্যক্ষ কৰে পৰিয়াল তথা স্থানীয় ৰাইজে।ঘটনাস্থলীত ৰঙিয়া ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো চমজি লয়।
Read More News
T & CPrivacy PolicyContact Us