Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: ঠাকুৰবাৰীত শ্ৰী শ্ৰী গণেশ চতুৰ্থী পুজা উদযাপন,মহা আৰতিত ভক্তৰ সমাগম

Biswanath, Biswanath | Aug 27, 2025
বিশ্বনাথ চাৰিআলিৰ ঠাকুৰবাৰী পৰিচালনা সমিতিৰ উদ্যোগত বিশ্বনাথ বাসী ৰাইজৰ সহযোগত আজিৰেপৰা তিনি দিনীয়া কাৰ্যসূচীৰে উলহ-মালহৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী পুজা উদযাপন কৰে। পুৱা ভাগৰেপৰা গণেশ পুজা আৰম্ভ হয়। ভক্তসকলে আজিৰ এই পবিত্ৰ দিনটোত পুৱা ভাগৰেপৰা ঠাকুৰবাৰী মন্দিৰত ধূপ দ্বীপ নৈবদ্য আদি অৰ্পণ কৰি গণেশ দেৱতাক পুজা অৰ্চনা কৰি সেৱা গ্ৰহণ কৰে।
Read More News
T & CPrivacy PolicyContact Us