Download Now Banner

This browser does not support the video element.

সোণাৰি: সোণাৰিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দীবৰ্ষপূৰ্তি পালন, শতাধিক স্বয়ংসেৱকৰ অংশগ্ৰহণ

Sonari, Charaideo | Oct 5, 2025
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (RSS ) ৰ ১০০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সোণাৰি প্রখণ্ডৰ উদ্যোগত সোণাৰি ইণ্ডৰ ষ্টেডিয়ামত সংঘৰ শতাব্দী বৰ্ষপূৰ্তি অনুস্থান আয়োজন কৰা হৈছে । উক্ত অনুস্থানত শতাধিক স্বয়ংসেৱকে পূৰ্ণ গনবেশত এক বৃহৎ পথ সঞ্চালনত ভাগ লয় । তাৰ পিছত উক্ত স্থানত RSS স্বয়ংসেৱক সকলে সংঘৰ সাংঘিক গীত, যোগ ব্যয়াম , আশন ,সংঘৰ শাৰীৰিক প্ৰদৰ্শন কৰে । লগতে এই অনুষ্ঠানত বৈধিক প্ৰদান কৰা হয়। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধ
Read More News
T & CPrivacy PolicyContact Us