This browser does not support the video element.
আমগুৰি: অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰাৰ চক্ৰান্তৰ সন্দৰ্ভত আমগুৰিত অসমীয়া যুৱ মঞ্চৰ সংবাদমেল
Amguri, Sivasagar | Aug 20, 2025
অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ৬১নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপনেৰে বুধবাৰে অসমীয়া যুৱ মঞ্চৰ আমগুৰিস্থিত মুখ্য কাৰ্যালয়ত অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিটিৰ সহকাৰী সম্পাদক আকাশ শইকীয়া সংবাদ মেল সম্বোধ ন।ভাৰত চৰকাৰ তথা অসম চৰকাৰে চক্ৰান্তমুলক ভাৱে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰাৰ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপনেৰে এই কাৰ্যৰ বিৰোধীতাৰে বুধবাৰে সন্ধিয়া সাত বজা পৰ্যন্ত আমগুৰি নগৰ স্থিত অসমীয়া যুৱ মঞ্চৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন ।