Download Now Banner

This browser does not support the video element.

পূব ডিব্ৰুগড়: চাইবাৰ অপৰাধীৰ কবলত লাহোৱাল অংগনৱাড়ী কৰ্মী আৰু বহু হিতাধিকাৰী, লাহোৱাল আৰক্ষী থানাত এজাহাৰ দাখিল

Dibrugarh East, Dibrugarh | Sep 1, 2025
ডিব্ৰুগড়ৰ লাহোৱালত অঙ্গনৱাড়ী কৰ্মীসকলৰ হাহাকাৰ অৱস্থা। চাইবাৰ অপৰাধী কৱলত  অঙ্গনৱাড়ী কর্মী আৰু বহু হিতাধীকাৰী। মাইক্ৰবন্ধন যোজনা আঁচনিৰ নাম লৈ লাহোৱালৰ কেইবাটাও অঙ্গনৱাড়ী কেন্দ্ৰৰ হিতাধিকাৰীৰ একাউন্টৰ পৰা হৰলুকি হৈছে লক্ষ লক্ষ সাঁচতীয়া ধন।লাহোৱাল আৰক্ষী থানাত হিতাধীকাৰী আৰু অঙ্গনৱাড়ী কৰ্মীয়ে প্ৰদান কৰিলে এজাহাৰ
Read More News
T & CPrivacy PolicyContact Us