Download Now Banner

This browser does not support the video element.

গুৱাহাটী: গুৱাহাটীৰ জু ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা,স্ক'ডা বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বৃদ্ধ লোক

Guwahati, Kamrup Metropolitan | Sep 8, 2025
সোমবাৰে গুৱাহাটীৰ জু ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। স্কডা বাহনৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এজন বৃদ্ধ। পথ পাৰ হোৱাৰ সময়তেই এজন বয়োজেষ্ঠ লোকজনক প্ৰচণ্ড খুন্দা বাহনখনৰ। গুৰুতৰভাৱে আহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ।
Read More News
T & CPrivacy PolicyContact Us