Download Now Banner

This browser does not support the video element.

ডিফু: চিপিআই(এম এল) কৰ্মীৰ বিজেপিত যোগদান সন্দৰ্ভত ডিফুত চিপিআই(এমএল)ৰ সংবাদমেল

Diphu, East Karbi Anglong | Sep 9, 2025
মঙলবাৰে বিয়লি প্ৰায় ২ মান বজাত ডিফুত চিপিআই(এম,এল) দলৰ হৈ চিপিআই(এম এল) দলৰ নেতা বিক্ৰম তেৰাঙে এক সংবাদমেল সম্বোধন কৰে ৷ বিক্ৰম তেৰাঙে সংবাদমেল সম্বোধন কৰি কয়যে,  বিজেপি দললৈ চিপিআই(এমএল)ৰ কৰ্মীৰ যোগদানৰ বাবে একাংশ বিজেপি দালালে  উচটনি দি নিছে ৷ সেয়ে চিইএম তুলিৰাম ৰংহাঙক সেই লোকৰ পৰা সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে বিক্ৰম তেৰাঙে ৷
Read More News
T & CPrivacy PolicyContact Us