Download Now Banner

This browser does not support the video element.

সোণাৰি: শিলাসাকু সুমনি গাঁৱৰ এগৰাকী বৃদ্ধাৰ পানীত পৰি মৃত্যু, অঞ্চলটোত চাঞ্চল্য

Sonari, Charaideo | Sep 1, 2025
চৰাইদেউ জিলাৰ শিলাসাকু সুমনি গাঁওৰ এগৰাকী বৃদ্ধ মহিলাৰ পানীত পৰি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শিলাসাকু সুমনি গাঁওৰ ৬০ উৰ্ধৰ দিপ্তী চিত্ৰকৰ নামৰ মহিলা গৰাকীৰ পানীত পৰি মৃত্যু। ঘটনা অনুসৰি চৰাইদেউ জিলাৰ শিলাসাকু সুমনি গাঁওৰ দিপ্তী চিত্ৰকৰ নামৰ মহিলা গৰাকীয়ে নিজ ঘৰৰ পৰা দোকান লৈ চাউল আনিবলৈ যাওঁ বুলি ওলাই অহা পথত পানীত পৰি মৃত্যু ঘটে। ঘৰৰ পৰা ওলাই অহা আলি কাষৰ পথাৰৰ পানীত আকস্মিক ভাৱে পৰি মহিলা গৰাকীৰ মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্
Read More News
T & CPrivacy PolicyContact Us