Download Now Banner

This browser does not support the video element.

মৰাণ: মৰাণৰ খটখটিৰ চাৰিলেনযুক্ত পথত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা, পিতা-পুত্ৰ থিতাতে নিহত

Moran, Dibrugarh | Aug 26, 2025
মৰাণত পুণৰ ভয়ংকৰ পথ দূৰ্ঘটনা ৷ দুৰ্ঘটনাত পিতা-পুত্ৰ থিতাতে নিহত ৷ মৰাণ খটখটিৰ চাৰিলেনযুক্ত পথত নিৰ্মীয়মান ৰানৱেত ব'লেৰ' পিক্ আপ আৰু হুন্দাই  বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ৷ ফলত মৰাণ পথালিবামৰ খগেন বৰুৱা (45) আৰু পুত্ৰ যুগল কিশোৰ বৰুৱা (13) নিহত হয় ৷ মৰাণ চেন্ট যোচেফ স্কুলৰ ছাত্ৰ আছিল যুগল কিশোৰ বৰুৱা আৰু পিতৃয়ে বিদ্যালয়ত থ'বলৈ আঁহোতে সংঘটিত হয় শোকাবহ দুৰ্ঘটনাটো ৷
Read More News
T & CPrivacy PolicyContact Us