This browser does not support the video element.
বিশ্বনাথ: শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বিশ্বনাথ চাৰিআলিত ২৩তম ক্ষেত্রীয় আৰু প্রান্তীয় বিজ্ঞান মেলাত বিধায়কৰ লগতে অৰণ্য মানৱ যাদৱ
Biswanath, Biswanath | Sep 7, 2025
বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংৱদ্ধ আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা সমগ্ৰ অসমতে প্রায় ৫২৬ খন শংকৰদেৱ শিশু/বিদ্যা নিকেতন প্রতি বছৰে ক্ষেত্ৰীয় আৰু প্রান্তীয়ভিত্তিত বিজ্ঞান মেলাৰ আয়োজন কৰা হয়। এইবছৰো "২৩তম ক্ষেত্রীয় আৰু প্রান্তীয় বিজ্ঞান মেলা "খন আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শংকৰদেৱ শিশু/বিদ্যা নিকেতন, বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত হ'য় । মুল সভা আয়োজনত অৰণ্য মানৱ যাদৱ পায়েং, বিধায়ক প্ৰমোদ বৰঠাকুৰ আদি অংশগ্ৰহণ কৰে।