Download Now Banner

This browser does not support the video element.

বিশ্বনাথ: ঘাটত সাৰ্বজনীন ৰাস মহোৎসৱৰ সোনালী জয়ন্তী বৰ্ষ উদযাপনৰ লাইখুটা স্থাপন, বিধায়কৰ অংশগ্ৰহণ

Biswanath, Biswanath | Sep 11, 2025
বিশ্বনাথঘাট সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিয়ে চলিত বৰ্ষত উদযাপন কৰিব সোনালী জয়ন্তী বৰ্ষ । সোনালী জয়ন্তী বৰ্ষৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি লাইখুটা স্থাপন কৰা হয় । উল্লেখ্য যে, অহা ইং ৪, ৫, ৬ আৰু ৭ নৱেম্বৰ তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন সমিতিয়ে অনুষ্ঠিত কৰিব ৰাস মহোৎসৱৰ বিভিন্ন কাৰ্যসূচী । লাইখুটা স্থাপন কাৰ্যসূচীত আজি অংশ লয় বিধায়ক প্ৰমোদ বৰঠাকুৰ, সমাজকৰ্মী কিশোৰ হাজৰিকা আদি উপস্থিত থাকে।
Read More News
T & CPrivacy PolicyContact Us