Install App
shivbhakti
This browser does not support the video element.
গুৱাহাটী: অবৈধ প্ৰেমৰ বাবে হত্যা কৰাৰ অভিযোগ ৰিয়াজ আলীক, গুৱাহাটীত এই অভিযোগ মৃত ৰিয়াজ আলীৰ ভাতৃৰ
Guwahati, Kamrup Metropolitan | Sep 11, 2025
অবৈধ প্ৰেমৰ বাবে হত্যা কৰাৰ অভিযোগ ৰিয়াজ আলীক। বৃহস্পতিবাৰে গুৱাহাটীত সংবাদমাধ্যমৰ আগত এই মন্তব্য মৃত ৰিয়াজ আলীৰ ভাতৃৰ। বেতকুছিৰ এটা নিৰ্মিয়মান অট্টালিকাৰ তলত ৫ জনকৈ লোকে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ অভিযোগ মৃত ৰিয়াজ আলিৰ ভাতৃৰ ।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!