Install App
kanakboro82
This browser does not support the video element.
কোকৰাঝাৰ ভাগ: ১০ খণ Sixth Shedule ত VCDC থাকিবই, বড়োফা কালচাৰেল কমপ্লেক্সত ৪২০ জন VCDC চেক্ৰেটেৰী নিযুক্তি দি মন্তব্য প্ৰমোদ বড়ো
Kokrajhar Part, Kokrajhar | Aug 22, 2025
Sixth Shedule ত VCDC থাকিবই । ১০ খণ Sixth Shedule আছে ইয়াত VCDC থাকিবই। শক্ৰুবাৰে দিনৰ ২ বজাত কোকৰাঝাৰ চহৰত বড়োফা কলচাৰেল কমপ্লেক্সত বিটিচি চৰকাৰে মুঠ ৪২০ জনক VCDC চেক্ৰেটেৰী নিযুক্তি পত্ৰ প্ৰদান কৰি এনে মন্তব্য কৰে বিটিচি প্ৰধান প্ৰমোদ বড়ো ই। সংবিধান ৰ ১২৫ সংশোধন হোৱাৰ পিছত নিৰ্বাচন হলি এক শক্তিশালী প্ৰক্ৰিয়াৰে এই VCDC গঠিত হব বুলি প্ৰকাশ কৰে প্ৰমোদ বড়োই।
Share
Read More News
T & C
Privacy Policy
Contact Us
Your browser does not support JavaScript!