Download Now Banner

This browser does not support the video element.

ওদালগুৰি: ওৰাঙত পাঁচনৈ চেৰফাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দিপক মৌৰৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী পিযুষ হাজৰিকা

Udalguri, Udalguri | Sep 18, 2025
*অসমীয়া মানুহৰ বাবে মাত মাতি জেললৈ যাবলৈও কুণ্ঠাবোধ নকৰে মন্ত্রী পীযুষ হাজৰিকাই| অসমীয়া খিলঞ্জীয়া মানুহৰ স্বার্থত কোনোধৰণৰ কম্প্রমাইজ নকৰে মন্ত্রীগৰাকীয়ে* | কংগ্ৰেছৰ খিলঞ্জীয়া বিৰোধী আখ্যা আজি ওৰাঙত এনদৰে মন্তব্য আগবঢ়ায় মন্ত্রী হাজৰিকাই| মন্ত্ৰীগৰাকীৰ অভিযোগ অনুসৰি কংগ্রেছে BTR নির্বাচনত প্রচাৰ চলাইছে কেৱল সংখ্যালঘু এলেকাত | কংগ্রেছৰ সভাত মিঞা ডাঞ্চক লৈ এনেদৰে কটাক্ষ নেতাজনৰ |
Read More News
T & CPrivacy PolicyContact Us