Download Now Banner

This browser does not support the video element.

ঢেকিয়াজুলি ভাগ: ঢেকীয়াজুলিৰ পৰা প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলোৰে সহযোগিতা কামনা কৰিলে আয়ুক্তই

Dhekiajuli Part, Sonitpur | Oct 4, 2025
অহাকালি ঢেকীয়াজুলিত প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হব ৷ উক্ত শ্ৰদ্ধাঞ্জলিৰ স্থান পৰিদৰ্শন কৰি শনিবাৰে দিনৰ ১২ বাজি ৩০ মিনিটত ঢেকীয়াজুলিত মন্তব্য প্ৰকাশ কৰিলে ঢেকীয়াজুলি সম-জিলাৰ আয়ুক্ত দ্যোতিভা বৰায় ৷ অহাকালিৰ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠানত সকলোৱে সহযোগিতা আগবঢ়াবলৈ আহ্বান সম-জিলা আয়ুক্ত দ্যোতিভা বৰাৰ ৷
Read More News
T & CPrivacy PolicyContact Us