Download Now Banner

This browser does not support the video element.

আমগুৰি: জাপিসজীয়া গাঁ‌ৱত নিজ গৃহতেই এজন লোকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ,মৃতদেহটো পোনা গগৈৰ বুলি চিনাক্ত

Amguri, Sivasagar | Aug 23, 2025
আমগুৰিৰ জাপিসজীয়া গাঁ‌ৱত শুক্ৰবাৰে নিশা নিজ গৃহতেই এজন লোকৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ,মৃতদেহটো পোনা গগৈৰ বুলি চিনাক্ত কৰা হৈছে।আমগুৰিৰ জাপিসজীয়া গাঁ‌ৱৰ পোনা গগৈ নামৰ লোকজনৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হয়।প্ৰায় ৬ মাহ ধৰি পত্নী কন্যাৰ সৈতে সম্পৰ্ক নাছিল পোনা গগৈৰ।গৃহত অকলেই বাস কৰি আছিল লোকজনে।নিশাই আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।তিনি মাহ পুৰ্ব্বেই লোক জনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
Read More News
T & CPrivacy PolicyContact Us